Class 12 : Biology Summery Note In Assamese

দ্বাদশ শ্ৰেণীৰ জীৱবিজ্ঞান (Biology) পাঠ্যক্ৰমখনত মুঠ ৫ টা গোট (Units) আৰু ১৩ টা অধ্যায় আছে। ইয়াৰ মূল্যায়ন ৭০ নম্বৰৰ লিখিত পৰীক্ষা আৰু ৩০ নম্বৰৰ ব্যৱহাৰিক (Practical) পৰীক্ষাৰ মাধ্যমেৰে কৰা হয়।

গোট ৬: প্ৰজনন (Reproduction)

গোট ৭: বংশগতি আৰু ক্ৰমবিকাশ (Genetics and Evolution)

গোট ৮: জীৱবিজ্ঞান আৰু মানৱ কল্যাণ (Biology and Human Welfare)

মানুহৰ স্বাস্থ্য আৰু ৰোগ

মানৱ কল্যাণত অণুজীৱ

গোট ৯: জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ (Biotechnology and its Applications)

জৈৱ প্ৰযুক্তিবিদ্যা: নীতি, পদ্ধতি

জৈৱ প্ৰযুক্তিবিদ্যা , ইয়াৰ প্ৰয়োগ

গোট ১০: পৰিস্থিতি বিজ্ঞান &পৰিৱেশ (Ecology and Environment)

জীৱ আৰু আৱাদী (জীৱসমষ্টি)

পৰিস্থিতিতন্ত্ৰ

জৈৱ বৈচিত্ৰ্য আৰু সংৰক্ষণ