Class Wise PYQ অসমীয়াত
PYQ (Previous Year Questions) অৰ্থাৎ পূৰ্বৰ বছৰৰ পৰীক্ষাত অহা প্ৰশ্নসমূহ। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে Class-wise PYQ অতি গুৰুত্বপূৰ্ণ, কাৰণ ইয়াৰ জৰিয়তে শিক্ষাৰ্থীয়ে প্ৰশ্নৰ ধৰণ, গুৰুত্বপূৰ্ণ অধ্যায় আৰু পৰীক্ষাৰ পেটাৰ্ন বুজিব পাৰে।
Class Wise PYQ In Assamese
Class 7–10
অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, ইতিহাস আৰু ভূগোল আদি বিষয়ৰ অধ্যায়ভিত্তিক PYQ পূৰ্বৰ পৰীক্ষাৰ প্ৰশ্ন।।
Class 11–12
শাখা আৰু বিষয় অনুসৰি PYQ—
- Science: Physics, Chemistry, Biology, Mathematics, Computer Science আদি।
- Arts: অসমীয়া, ইংৰাজী, ইতিহাস, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি, ভূগোল, সমাজবিজ্ঞান, শিক্ষা, মনোবিজ্ঞান আদি।
- Commerce: Accountancy, Business Studies, Economics, Mathematics, Entrepreneurship আদি।
Class-wise PYQ অনুশীলনে শিক্ষাৰ্থীক পূৰ্বৰ প্ৰশ্নৰ ধৰণ চিনাক্ত কৰাত, গুৰুত্বপূৰ্ণ বিষয় বাছনি কৰাত আৰু পৰীক্ষাৰ বাবে অধিক আত্মবিশ্বাসেৰে প্ৰস্তুতি লোৱাত সহায় কৰে।