দশম শ্ৰেণীৰ বিজ্ঞান PYQ :
দশম শ্ৰেণীৰ বিজ্ঞানৰ গুৰুত্বপূৰ্ণ Previous Year Questions (PYQ) সমূহৰ জৰিয়তে পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি লওক। এই PYQ সমূহত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে।
PYQ অনুশীলন কৰিলে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ প্ৰশ্নৰ ধৰণ, গুৰুত্বপূৰ্ণ বিষয়, নম্বৰ বিভাজন আৰু প্ৰশ্নৰ আৰ্হি বুজিবলৈ সহায় পায়। লগতে পুনৰাবৃত্তি, সময় ব্যৱস্থাপনা আৰু উত্তৰ লিখাৰ দক্ষতা উন্নত হয়।
📚 বিষয়: পদাৰ্থ বিজ্ঞান | ৰসায়ন বিজ্ঞান | জীৱ বিজ্ঞান
📝 উপযোগী: ব’ৰ্ড পৰীক্ষাৰ প্ৰস্তুতি আৰু পুনৰাবৃত্তিৰ বাবে Assam Board SEBA .
🎯 বিশেষ গুৰুত্ব: গুৰুত্বপূৰ্ণ আৰু পূৰ্বৰ বছৰৰ প্ৰশ্নসমূহ