SEBA / SCERT Assam : Class 7 study materials In Assamese

অসমৰ ছেবা (SEBA) আৰু এছ.চি.ই.আৰ.টি. (SCERT, Assam) পাঠ্যক্ৰমৰ ওপৰত আধাৰিত সপ্তম শ্ৰেণীৰ সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী তলত দিয়া হ’ল। অসম ৰাজ্যিক বোৰ্ডৰ অধীনত সপ্তম শ্ৰেণীত তলত দিয়া অনুশীলনীৰ সমাধান আৰু নোটছ তলত দিয়া হ’ল :

📝 অনুশীলনীৰ সমাধান আৰু নোটছ (sturdy Resources in assamese)

অংকুৰণ (অসমীয়া সাহিত্য): সাহিত্য, ব্যাকৰণ আৰু অসমীয়া সংস্কৃতিৰ চমু পৰিচয়।

গণিত: ভগ্নাংশ, দশমিক, সৰল সমীকৰণ, ত্ৰিভুজ আৰু পৰিসীমা-কালিৰ আৰু মৌলিক ধাৰণা।

বিজ্ঞান: উদ্ভিদ আৰু প্ৰাণীৰ পৰিপুষ্টি, তাপ, এছিড-ক্ষাৰ আৰু লৱণ, বতৰ আৰু জলবায়ু।

সমাজ বিজ্ঞান: ইয়াত তিনিটা অংশ থাকে—ইতিহাস (আহোম ৰাজ্য আৰু দিল্লী চুলতানী আমোল), ভূগোল (ব্ৰহ্মপুত্ৰ উপত্যকা আৰু পৰিৱেশ), আৰু নাগৰিক বিজ্ঞান।